Disneyland 1972 Love the old s
* ডুবিআ থাকা লেটুআ শামুকেৰ স্বপ্ন *
ডুবিআ থাকা আকটা ছাইইঅ্যা লেটুআ শামুক
দুই চোঁখত ভৰেআ ন্যেয়
সবুজ ঘাঁসেৰ সপ্ন
মুঁই কান্দাত বসিআ দেখিআ থাকুং
জলকুমাৰীএ চুল মেলিআ ডাক দ্যেয়
চুলেৰ আঁৰালেৰ থাকিআ ভাঁসিআ আইসে মাছেৰ ছালেৰ গন্ধো
আকটা লেটুআ শামুকেৰ সপ্ন
কাঁশিআ ফুলেৰ বাস্না
আৰ জলকুমাৰীৰ বুকত জলকুমাৰেৰ জলজ কায়া
এৰ থাকিআও কি বেসি ভালা হৈবাৰ পাৰ
উদাসিনতাত বসিআ থাকা আকটাচিল্লা উৰা দিফৰ বেলা !
---------------------------
* ঘাঁকদামৰীআ পখীৰ গলাত লট্কিয়া বেড়াএ আকটা দুখ্যেৰ অকবিতা *
উদাস আকটা দিফৰ বেলা বাকৰাত পৰিআ থাকে আধামৰা সূর্য্য
আৰ বুকত বান্দে শাৰ'
পখীৰ গান
আকাশ দিআ উড়ায় চিল্লা
আৰ্ থাপ মাৰিআ আনে সূর্য্যেৰ আকমুঠা আলো
ফেলাআ দেয় বালাত
অ'তে পোতা খায়
আৰ হোয়া উঠে আকটা মাসাংস্থান গাছ
অ'ৰে ছাঁয়াতে বসিআ থাকে বাউধীয়া শামুক
আৰ ৰ'য়া ৰ'য়া দেখে নদীৰ ঢেউ
সমস্ত দিফৰেৰ সাক্ষী হোয়া ফেঁকুৰিআ উঠে ঘাঁকদামৰীয়া পখী
ঘাঁকদামৰীআ পখীৰ গলাত লট্কিয়া বেড়াএ আকটা দুখ্যেৰ অকবিতা
---------------------------
কন্দর্পজিৎ কল্লোল
No content for this blog yet.